Mridu Moloya Lyrics - Sannidhya Bhuyan

Mridu Moloya Lyrics: The song is sung by Sannidhya Bhuyan. The assamese song Mridu Moloya lyrics is written by Rajib Bhuyan and the music has given by Sannidhya Bhuyan, Prantik Das. Producer Tavreed.


  1. Mridu Moloya Song Credits:
  2. Singer: Sannidhya Bhuyan 
  3. Music: Sannidhya Bhuyan, Prantik Das
  4. Lyrics: Rajib Bhuyan 
  5. Produced By: Tavreed 


Mridu Moloya Lyrics

   

তুমি নোকোৱা কথা মোৰ হিয়াইহে বুজি পোৱা,
তুমি নোগোৱা গীত মই লিখা আধৰুৱা ।
দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,
বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।

পলাশী ফাগুনে ৰিঙিয়াই অ'
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ'
যুৰীয়া সপোনকে ধিয়াই।

প্ৰণয়ৰে মৃদু মলয়াই অ'
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ'
থাকা মোৰ বুকুতে সোমাই।
প্ৰণয়ৰে মৃদু মলয়াই অ'
দুখনি হিয়া চুমি যায়।

লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।

পলাশী ফাগুনে ৰিঙিয়াই অ'
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ'
যুৰীয়া সপোনকে ধিয়াই।

প্ৰণয়ৰে মৃদু মলয়াই অ'
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ'
থাকা মোৰ বুকুতে সোমাই।
প্ৰণয়ৰে মৃদু মলয়াই অ'
দুখনি হিয়া চুমি যায়।


Mridu Moloya Song Video 


Comments